thumbnail

By

Published : Nov 10, 2022, 1:29 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / Videos

BJP Candidate Bhaskar Deori won: ডিব্ৰুগড়ত বিজেপি কৰ্মীৰ বিজয়োল্লাস

4নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী ভাস্কৰ দেউৰীয়ে জয়লাভ কৰাৰ পাছতেই জিলাখনত তেওঁৰ সমৰ্থকে বিজয়োল্লাস পালন কৰে(BJP Candidate Bhaskar Deori win) ৷ নিৰ্বাচনৰ ফলাফলত ভাস্কৰ দেউৰীয়ে 730 টা ভোট লাভ কৰাৰ বিপৰীতে জিমছায়া পিপলছ পাৰ্টীৰ পূৰ্ণানন্দ দেউৰীয়ে লাভ কৰে 674 টা ভোট(DAC Election Result 2022) । ডিব্ৰুগড় পৰিষদীয় সমষ্টিটোত মুঠ তিনিটা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটদান প্ৰক্ৰিয়া । কলৌলোৱা মধ্য ইংৰাজী বিদ্যালয়ৰ 1নং ভোট কেন্দ্ৰত 1071গৰাকী ভোটাৰৰ 866 জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল । একেদৰে মধুপুৰ এল পি স্কুলৰ 2নং ভোট কেন্দ্ৰত 593 গৰাকী ভোটাৰৰ 490 গৰাকী ভোটাৰ আৰু কাছমাৰী দেউৰী গাঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ৰ 3নং ভোটকেন্দ্ৰত 133 গৰাকী ভোটাৰৰ 107 গৰাকীয়ে সাব্যস্ত কৰিছিল ভোটাধিকাৰ(Deori Autonomous council election counting) ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.