thumbnail

By

Published : Jul 14, 2022, 2:26 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / Videos

ডিব্ৰুগড় চহৰৰ মাজমজিয়াত দপদপাই জ্বলি উঠিল এখন মটৰ চাইকেল

ডিব্ৰুগড় চহৰত ভয়ংকৰ ঘটনা(Fire in Dibrugarh town) । চহৰৰ মাজমজিয়াত হঠাৎ দপদপাই জ্বলি উঠিল এখন মটৰ চাইকেল(Suddenly bike burn in Dibrugarh town) । চহৰখনৰ পল্টন বজাৰস্থিত HM হস্পিতাল এণ্ড ডায়েগনেষ্টিক চেন্টাৰ চৌহদত পাৰ্কিং কৰি ৰখা অৱস্থাত প্ৰচণ্ড তাপত কাৰিকৰী বিজুতি ঘটি অগ্নিকাণ্ড সংঘটিত হয় বুলেটখনত । অৱশ্যে হস্পিতালখনৰ কৰ্মচাৰীসকলে ফায়াৰ এক্টিং গুইজাৰেৰে বুলেটখনৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে‌ অঞ্চলটোত ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.