thumbnail

Bhumi Pujan Tinsukia: তিনিচুকীয়াত Scraping Avenue চেণ্টাৰৰ ভূমিপূজন

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 2:14 PM IST

তিনিচুকীয়া,২৪ অক্টোবৰ: শেহতীয়াকৈ শাসকীয় চৰকাৰখনে ৰাজ্যত প্ৰদূষণমুক্ত কৰাৰ স্বাৰ্থত ১৫ বছৰৰ পুৰণা গাড়ীসমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সেইহেতুকে তেনে গাড়ীসমূহ নষ্ট কৰাৰ বাবে ভাৰত চৰকাৰে প্ৰদান কৰিছে Scraping Avenue চেণ্টাৰৰ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্থাপন কৰিছে Scraping Avenue চেণ্টাৰ । তিনিচুকীয়াতো স্থাপন কৰা হৈছে এই চেন্টাৰৰ ।

সেই অনুসৰি ভাৰত চৰকাৰৰ তৰফৰ পৰা নতুনকৈ প্ৰদান কৰা Scraping Avenue চেণ্টাৰৰ মঙলবাৰে তিনিচুকীয়া পাখৰিজান গাঁৱত ভূমিপূজন কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ৷ তিনিচুকীয়াৰ পাখৰিজান গাঁৱত অৰুণ চাহু আৰু ৰাজু কিষাণে লাভ কৰা Scraping Avenue চেণ্টাৰৰ ভূমিপূজন কৰি স্থানীয় নিবনুৱা সংস্থাপনৰ পথ মুকলি হোৱাৰ লগতে প্ৰদূষণমুক্ত ৰাজ্য গঢ়াত সহায়ক হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷  

লগতে পঢ়ক: Durga Puja 2023: নৱমীৰ দিনা মৰিগাঁৱত আৰক্ষী চাউনীৰ স্থায়ী পূজা মণ্ডপ আৰু ৰভাঘৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.