Magh Bihu 2023: তিনিচুকীয়াত পুৱাই মেজিত অগ্নিসংযোগ মন্ত্ৰী সঞ্জয় কিষানৰ

By

Published : Jan 15, 2023, 10:25 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

আজি মাঘ বিহু(Magh Bihu 2023) ৷ কাহিলি পুৱাতে মেজি প্ৰজ্বলন অসমীয়া ৰাইজৰ ৷ সমাজৰ পৰা অসূয়া-অপ্ৰীতি দূৰ কৰাৰ প্ৰাৰ্থনাৰে মেজিত অগ্নি সংযোগ ৰাইজৰ ৷ তিনিচুকীয়াৰ বৰলাইপুলিৰ মৰাণকাৰী গাঁৱতো পৰম্পৰাগতভাৱে পুৱাই মেজি জ্বলাই পালন কৰা হ’ল ভোগালী বিহু ৷ বৰলাইপুলিৰ মৰাণকাৰী গাঁৱত পুৱাই উপস্থিত হৈ মেজিত অগ্নি সংযোগ কৰে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰমমন্ত্ৰী সঞ্জয় কিষানে(Minister Sanjoy Kishan) ৷ মেজি জ্বলোৱাৰ লগতে জ্যেষ্ঠজনৰ পৰা আৰ্শীবাদো গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ 

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.