নাৰেংগী সেনা ছাউনীৰ পুখুৰীত এজাক হাতীৰ জলকেলি - Elephant bathing at Narengi Indian army camp
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15435178-thumbnail-3x2-ghghh.jpg)
মহানগৰীৰ সাতগাঁওস্থিত নাৰেংগী সেনা ছাউনীৰ ভিতৰত এক মনোৰম দৃশ্য । নাৰেংগী সেনা ছাউনীৰ(Narengi Indian army camp) পুখুৰীত জলকেলি কৰিছে এজাক বন্যহস্তীয়ে। আমছিং অভয়াৰণ্যৰ পৰা নামি অহা প্ৰায় ১২ টাকৈ হাতীৰ এটা জাকে গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি কৰা জলকেলিৰ দৃশ্য বন্দী হয় কেমেৰাত (Elephant bathing at Narengi army camp)। স্বাভাৱিকতে হাতী জাকটোৱে এনেদৰে জলকেলি কৰি থকা দৃশ্যই মুগ্ধ কৰিলে কৰ্তব্যৰত সেনা-জোৱানক । জলকেলি কৰাৰ পাছত বন্যহস্তীৰ জাকটোৱে পুনৰ উভতি যায় গন্তব্য স্থানলৈ ।
Last Updated : Feb 3, 2023, 8:23 PM IST