thumbnail

By

Published : Oct 22, 2022, 10:54 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

Barpeta Sangeet Samaroh 2022: বৰপেটাত সংগীত সমাৰোহৰ দ্বাৰ মুকলি

শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ অকাডেমী অৱ খোলবাদ্যৰ উদ্যোগত ধ্ৰুপদী আৰু সত্ৰীয়া সংগীতৰ এখন সমাৰোহ অনুষ্ঠিত হৈছে (Barpeta Sangeet Samaroh 2022) ৷ কেবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত শিল্পীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই সমাৰোহৰ দ্বাৰ মুকলি কৰে বিজনীৰ MCLA প্ৰদীপ বায়নে (Barpeta Sangeet Samaroh 2022 begins) ৷ বৰপেটা জিলা পুথিভৰালত আয়োজিত সংগীত সমাৰোহখনৰ কাৰ্যসূচী পতাকা উত্তোলন আৰু সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ (Sudhakantha Dr Bhupen Hazarika) প্ৰতিকৃতিত মাল্যাৰ্পণেৰে আৰম্ভ হয় (Academy of Kholbadya organized Sangeet Samaroh) ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.