Kati Bihu 2022: মহুৰা দিহিঙীয়া পথাৰত আকাশ বন্তি জ্বলালে মন্ত্ৰী অতুল বৰাই - দিহিঙীয়া পথাৰত বন্তি জ্বলালে মন্ত্ৰী অতুল বৰাই
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16683355-856-16683355-1666102600533.jpg)
বোকাখাত মহকুমা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা কাতি বিহুৰ কাৰ্যসূচীত উপস্থিত হৈ তুলসীৰ তলত বন্তি জ্বলোৱাৰ লগতে পথাৰতো আকাশ বন্তি জ্বলালে কৃষি মন্ত্ৰী অতুল বৰাই (Atul Bora celebrates Kati Bihu in Bokakhat)। কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি খেতি পথাৰত বন্তি জ্বলোৱাৰ অন্তত কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য(Kati Bihu celebration in Bokakhat)। ৰাজ্যখনৰ কৃষকৰ বাবে অসম চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । লগতে বন্য হস্তী আৰু আহিনৰ বানে বিনষ্ট কৰা কৃষকৰ ফচলৰ ক্ষতিপূৰণ দিয়াৰ উপৰিও নতুন আঁচনি প্ৰস্তুত কৰি কৃষকক সকাহ দিয়াৰ দিহা কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:29 PM IST