thumbnail

Lachit Divas 2022: লাচিত দিৱস: যোৰহাটত আটাছুৰ বাইক ৰেলী

By

Published : Nov 24, 2022, 10:58 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

লাচিত দিৱস উপলক্ষে যোৰহাটৰ জয়া ভৱনৰ পৰাৰ হোলোঙাপাৰা লাচিত মৈদামলৈ টাই আহোম ছাত্র সন্থাৰ বৃহৎ বাইকৰেলী (ATASU bike rally in Jorhat)। বৃহস্পতিবাৰে দুই সহস্ৰাধিক বাইকেৰে উলিওৱাৰ এই ৰেলী যোৰহাট নগৰৰ মাজেৰে পৰিভ্ৰমণ কৰি টীয়ক মেলেঙস্থিত লাচিত মৈদামত উপস্থিত হয় (Lachit Divas in Jorhat) । টাই আহোম ছাত্র সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি ৰাজীৱ গগৈয়ে কয় যে ৰাজ্য চৰকাৰে বীৰজনাক বিশ্বত প্ৰতিষ্ঠা কৰাত যি গুৰুত্বপূৰ্ণ ভূমিকা তথা পদক্ষেপ লৈছে সেয়া প্ৰশংসনীয় । নৱপ্ৰজন্মক বীৰ লাচিতৰ পদাংক অনুসৰণ কৰি আই মাতৃক সংকটৰ পৰা সময়ত উলিয়াই আনিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.