thumbnail

By

Published : Aug 3, 2022, 10:57 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / Videos

Distortion of Bihu Dance: বিহু নৃত্য বিকৃতকৰণ কৰাক লৈ সৰৱ অসম জাতীয় পৰিষদ

অসমীয়া বাপতি সাহোন বিহুক বিকৃত কৰাক লৈ সৰৱ অসম জাতীয় পৰিষদ (AJP reacts on Bihu Dance controversy)। ভাৰতলৈ মালদ্বীপৰ ৰাষ্ট্ৰপতি অহাৰ সময়ত বিহুক বিকৃতৰূপত প্ৰদৰ্শন কৰাক(Distortion of Bihu Dance in Delhi) লৈ সৰৱ হৈ পৰাৰ লগতে অতি শীঘ্ৰে এই কাৰ্যৰ লগত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ চৰকাৰক দাবী জনাইছে অসম জাতীয় পৰিষদে । অন্যথা আগন্তুক দিনক অসম জাতীয় পৰিষদে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব বুলি স্পষ্ট কৰি দিয়ে । অসম আৰু অসমীয়াৰ সংস্কৃতিক ধ্বংস কৰিবলৈ লোৱা কাৰ্যক অসম জাতীয় পৰিষদে সমৰ্থন নকৰে বুলি মন্তব্য কৰে জাতীয় পৰিষদৰ নেতৃত্বই ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.