নুপূৰ শৰ্মা আৰু নবীন জিন্দালৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 10, 2022, 10:17 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

হজৰত মহম্মদক লৈ বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ নিলম্বিত মুখপাত্ৰ নুপূৰ শৰ্মা(Nupur Sharma) আৰু মিডিয়া সচিব নবীন জিন্দালৰ(Naveen Jindal) বিৰুদ্ধে শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছে গুৱাহাটীৰ ভঙাগড় থানাত এজাহাৰ দাখিল কৰে (FIR against Nupur Sharma and Naveen Jindal) । প্ৰদেশ কংগ্ৰেছৰ হৈ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰ আৰু মেহেদী আলম বৰাই দাখিল কৰে এজাহাৰ । এজাহাৰযোগে দুয়োৰে বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বৰঠাকুৰে কয় যে হজৰত মহম্মদ(Prophet Muhammad) সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিজেপিৰ দুয়োগৰাকী নেতাই আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতবৰ্ষক অপমানিত কৰিলে । ইয়াৰ বাবে বিজেপি দলে বিশ্ববাসীৰ লগতে দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ বাবে প্ৰদেশ কংগ্ৰেছে দাবী জনায় ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.