Assam CM at Kshetri : ক্ষেত্ৰীৰ কামাখ্যা দেৱালয়ত মূৰ দোঁৱালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

By

Published : Nov 14, 2022, 10:13 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

ক্ষেত্ৰীৰ কামাখ্যা দেৱালয়ত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM visits Kamakhya Temple at Kshetri) ৷ মালয়বাৰী ৰাস মহোৎসৱত উপস্থিত হোৱাৰ পূৰ্বে ডিমৰীয়াৰ পঞ্চ দেৱতাৰ অন্যতম ক্ষেত্ৰীৰ কামাখ্য দেৱালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পূজা-অৰ্চনা কৰে ৷ ইয়াৰ পাচতে মুখ্যমন্ত্ৰীগৰাকীয়ে মালয়বাৰীৰ ৪৫ সংখ্যক ৰাস মহোৎসৱত (Malayabari Raas Mahotsava 2022) অংশগ্ৰহণ কৰে ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.