thumbnail

By

Published : Jan 12, 2023, 2:04 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

CM receives 10 kg of Fish as Uruka Gift: ভোগালীৰ উপলক্ষে মুখ্যমন্ত্ৰীলৈ ১০ কিঃগ্ৰাঃ ওজনৰ আঁৰি মাছ উপহাৰ

হেঁপাহৰ ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী (Bhogali Bihu celebrated across Assam) ৷ ভোগালী বিহুৰ আগমুহূৰ্তত ভোগালী বিহুৰ উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ১০ কিঃগ্ৰাঃ ওজনৰ আঁৰি মাছ উপহাৰ হিচাপে আগবঢ়ালে বৃহত্তৰ উজান বজাৰ অনুসূচীত নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাই (Scheduled Unemployed Fisheries Traders Association)। বৃহস্পতিবাৰে পুৱা ১০ কিলো ওজনৰ আঁৰি মাছটি বিহুৰ ওলগ হিচাপে গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (CM receives 10 kg of Fish as Uruka Gift) ৷ উজান বজাৰ অনুসূচীত নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ উপ-সভাপতি দিলু দাস, কাৰ্যকৰী সভাপতি হৰিৎ মেধি, সাধাৰণ সম্পাদক ভাস্কৰ দাস প্ৰমুখ্যে সমূহ কাৰ্যকৰ্তালৈ ভোগালীৰ ওলগ জনাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.