CM on Tribalisation: জনজাতিকৰণৰ প্ৰসংগত মিডিয়াক একো নকয় মুখ্যমন্ত্ৰীয়ে ! - মিডিয়াক একো নকয় মুখ্যমন্ত্ৰীয়ে
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16938740-thumbnail-3x2-ghy.jpeg)
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰ বিষয়ে মিডিয়াৰ জৰিয়তে আলোচনা কৰাৰ প্ৰয়োজন নাই । জনজাতিকৰণৰ দাবী কৰি থকা সংগঠনবোৰেই মোক এই বিষয়ে ইমান প্ৰশ্ন নকৰে, যিমান সাংবাদিকসকলে কৰে । এই বিষয়ে মিডিয়াৰ জৰিয়তে কোনো বাৰ্তা নিদিও । আলোচনা আগনবঢ়াও । সংগঠনবোৰৰ সদস্যসকলে মন্ত্ৰীসকলৰ লগত যোগাযোগ ৰক্ষা কৰি আছে । মঙলবাৰে গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarmah on tribalisation) ৷
Last Updated : Feb 3, 2023, 8:32 PM IST