Two arrested in Lakhimpur: দুৰ্নীতি নিবাৰক শাখাৰ জালত দুই ঘোচখোৰ বিষয়া

By

Published : Nov 4, 2022, 6:15 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিভাগত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত বহু বিষয়া-কৰ্মচাৰী জালত পৰিছে(Anti Corruption Branch Raids) । তথাপিও কিন্তু দুৰ্নীতিৰ প্ৰকোপ কমা নাই । লখিমপুৰত শুকুৰবাৰে বিয়লি ঘোচ লোৱাৰ সময়ত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে জলসম্পদ বিভাগৰ দুই কৰ্মচাৰী(Anti Corruption Branch arrests two officers) । দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে কাৰ্য্যালয়টোৰ দুই কৰ্মচাৰী তৰুণ চন্দ্ৰ মৰাং আৰু সৌমাৰ জ্যোতি শইকীয়া । তৰুণ চন্দ্ৰ মৰাং জলসম্পদ বিভাগৰ মুখ্য সহায়ক আনহাতে সৌমাৰ জ্যোতি শইকীয়া কনিষ্ঠ সহায়ক ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.