Executive of AAMETA: মাজুলীত সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ ৰাজ্যিক কাৰ্যনিবাহক - অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ ৰাজ্যিক কাৰ্যনিবাহক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 11, 2023, 10:16 PM IST

মাজুলী, ১১ জুন: মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ শ্ৰীমন্ত কৃষ্টি সংঘত সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ ৩০ আৰু ৩১ সংখ্যক ৰাজ্যিক কাৰ্যনিবাহক সভা অনুষ্ঠিত হয় । এই সভাত পদ্মশ্ৰী গোপীৰাম বৰগায়নক সম্ভৰ্ধনা জ্ঞাপন কৰা হয় ।  

এই সভাখনত অসমৰ বিভিন্ন জিলাৰ শিক্ষক সকলে অংশগ্ৰহণ কৰে । পতাকা উত্তোলনৰে আজিৰ এই সভাৰ আৰম্ভণি হয় । এই সভাখনত মাজুলীৰ শিক্ষক কৰ্মচাৰী সংগঠনসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে । এই সভাখনত আন আন কাৰ্যসূচীৰ লগতে শিক্ষক সকলৰ সমস্যা সমূহৰ বিষয়ে আলোচনা কৰা হয় । সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাই তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক:Preparation for flood: ৰাজপথত গাঁত থাকিব নোৱাৰিব; জিলা আয়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.