thumbnail

By

Published : Jun 27, 2022, 9:54 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / Videos

HS final result 2022: বিজ্ঞান শাখাত দ্বিতীয় শীৰ্ষ স্থানত চল্টব্ৰুকৰ অলংকৃতা

উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ (Higher Secondary result 2022) বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰিলে ডিব্ৰুগড়ৰ চল্টব্ৰুক একাডেমিৰ কৃতী ছাত্ৰী অলংকৃতা গৌতম বৰুৱাই । ডিব্ৰুগড় চহৰৰ টেকেলা চিৰিং গাঁৱৰ নিবাসী তথা জলসম্পদ বিভাগৰ সহকাৰী অভিযন্তা গৌতম কৌশিক বৰুৱা আৰু গৃহিনী ৰঞ্জন শইকীয়া বৰুৱাৰ কন্যা অলংকৃতা গৌতম বৰুৱা ৷ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অলংকৃতাৰ ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ মন ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.