thumbnail

Call for Assam Bandh: অসম বন্ধৰ আহ্বানৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ আদিবাসী ছাত্ৰ সন্থাৰ

By

Published : Nov 14, 2022, 8:52 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা অসম বন্ধৰ প্ৰতি (Call for Assam Bandh) সমৰ্থন প্ৰত্যাহাৰ কৰিলে আদিবাসী ছাত্ৰ সন্থাই (Adivasi Students Association Of Assam)৷ জনজাতিকৰণৰ দাবীত কাইলৈ 12 ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল ছয় জনগোষ্ঠীয় যৌথ মঞ্চই (Six tribe joint forum)। সোমবাৰে আছাৰ কেন্দ্ৰীয় সমিতিয়ে মৰাণত সংবাদমেল সম্বোধন কৰি সমৰ্থন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে । সংবাদমেলত আছাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰুস্তম কুজুৰ, সাধাৰণ সম্পাদক দেবেন ওৰাং, সাংগঠনিক সম্পাদক নিতীশ কুমাৰ গৌড়, প্ৰচাৰ সম্পাদক মহেশ ঘাটোৱাৰৰ লগতে কেইবাগৰাকীও আছা কৰ্মী উপস্থিত আছিল ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.