thumbnail

By

Published : Apr 25, 2023, 4:14 PM IST

ETV Bharat / Videos

Price hike in Assam : মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৰপেটাত আছুৰ বিক্ষোভ

বৰপেটা, 25 এপ্ৰিল: অত্যাৱশকীয় প্ৰতিবিধ সামগ্ৰীৰে ক্ৰমৱৰ্ধমান মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি তুলিছে জনসাধাৰণক ৷ মূল্যবৃদ্ধি ৰোধৰ বাবে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে গ্ৰহণ কৰি আহিছে প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত মংগলবাৰে জিলাই জিলাই সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী  (Price hike of Essential Commodities) ৷

মূল্যবৃদ্ধি ৰোধৰ দাবীত মংগলবাৰে বৰপেটাতো জিলা ছাত্ৰ সন্থাই ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী ৷ বৰপেটা জিলা ছাত্ৰ সন্থাই মঙলবাৰে শ্বহীদ ভৱনত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবী জনায় ৷ অন্যথা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে (Barpeta AASU protest) ৷

লগতে পঢ়ক : Bordubi rape case : বৰডুবি ধৰ্ষণকাণ্ডৰ ন্যায় বিচাৰি মহিলা আয়োগলৈ স্মাৰক পত্ৰ প্ৰদান মহিলা কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.