Teaching of Maths and Science in English: শিক্ষা বিভাগৰ ক্ষেত্ৰত কেবিনেটত লোৱা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আছুৰ

By

Published : Aug 1, 2022, 1:51 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত ৰাজ্যিক কেবিনেটে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়িব লাগিব বুলি এক সিন্ধান্ত গ্ৰহণ কৰিছিল (Mathematics and science will be taught in English in Assam school)। স্বাভাৱিকতে কেবিনেটৰ এই সিদ্ধান্তক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ৰাজ্য চৰকাৰে শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত লোৱা এই সিদ্ধান্তক কঠোৰ গৰিহণা দিছে আছুয়ে । নিজৰ মাতৃভাষা ধ্বংস কৰিবলৈ ওলোৱা শক্তিক কোনো কাৰণতে আশ্ৰয় দিয়া নহ’ব বুলি মন্তব্য কৰে আছু নেতৃত্বই । অতি শীঘ্ৰে চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তক প্ৰত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে আছুৰ কেন্দ্ৰীয় উপদেষ্টা প্ৰকাশ দাসে (AASU Opposes decision of Teaching of maths and science in English)।
Last Updated : Feb 3, 2023, 8:25 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.