thumbnail

Actor Nipon Goswami demise : অভিনেতা নিপন গোস্বামীৰ বিয়োগত আছু নেতৃত্বৰ শোকবাৰ্তা

By

Published : Oct 27, 2022, 12:59 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

হঠাৎ অসমীয়া সমাজ জীৱনৰ পৰা খহি পৰিল এটা উজ্বল নক্ষত্ৰ (Veteran Actor Nipon Goswami is no more)৷ অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামীৰ মৃত্যু অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি ৷ জ্যেষ্ঠ অভিনেতা নিপন গোস্বমীৰ মৃত্যুৰ শোকত বিহ্বল সমগ্ৰ অসমবাসী ৷ অভিনেতা নিপন গোস্বামীৰ বিয়োগত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই কৰিলে শোক প্ৰকাশ (AASU leadership condolence message on actor Nipon Goswami demise) ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.