হোজাই জিলাত বানপীড়িত ৰাইজক সাহাৰ্য প্ৰদান আমছুৰ

By

Published : Jun 22, 2022, 6:55 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

হোজাই জিলাত বানপীড়িত ৰাইজক সাহাৰ্য প্ৰদান আমছুৰ (AAMSU provides food to flood affected people in Hojai )। হোজাই জিলাৰ নৈ-পৰীয়া অঞ্চলসমূহত কপিলী নৈৰ বাঢ়নী পানী ক্ৰমান্বয়ে কমাত শিবিৰসমূহত থকা বানাক্ৰান্ত লোকসকল নিজ নিজ গৃহলৈ ঢাপলি মেলিছে । কিন্তু বানত সৰ্বস্বান্ত হেৰুৱাই বানাক্ৰান্ত লোকসকল বৰ্তমান ভুগিছে তীব্ৰ খাদ্য সংকটত । বানপীড়িত লোকসকলক সহায় কৰা উদ্দেশ্যে আজি হোজাই জিলা লস্কৰপথাৰত উপস্থিত হয় আমছুৰ হোজাই জিলাৰ কমিটীৰ সদস্যসকল । বানপীড়িত লোকক খাদ্যৰ লগতে খোৱা পানীও বিতৰন কৰা হয় ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.