Gambler detained: নগদ ধনসহ চিলাপথাৰত ৬ জুৱাৰীক আটক - Gambler detained at Silapathar

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 3, 2023, 8:49 PM IST

জোনাই, 3 জুন: চিলাপথাৰত জুৱাৰীৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান ৷ শুকুৰবাৰে অসম-অৰুণাচল সীমান্তৱৰ্তী লিকাবালিৰ মাদুৰিপথাৰৰ এখন ধাবাৰ আৰক্ষীয়ে চলাই এই অভিযান ৷ অভিযানত ৬ জুৱাৰীক আটক আৰক্ষীৰ (Gambler detained at Silapathar) ৷

আটকাধীন জুৱাৰীকেইটা জোনাকী নগৰৰ দীপক চুতীয়া (৩৫), বেতনিপামৰ পংকজ গগৈ (৩২), মাদুৰিপথাৰৰ সন্তোষ কুমাৰ লামা (৩৯), গেলুৱা কেন্দুগুৰিৰ নৱজিৎ ফুকন (৩৩) , ১ নং সমবায়ৰ বুবুল ভূঞা (৪৩) আৰু বিজয়পুৰৰ মিছানু মুছাহাৰী ৷ জুৱাৰীকেইটাৰ পৰা আৰক্ষীয়ে নগদ ধনৰ লগতে জব্দ কৰে কেইবাখনো বাহন ৷  

দীৰ্ঘদিনৰ পৰা সেই স্থাপনত জুৱাৰ আড্ডা চলি আহিছিল বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে ১০৮/২০২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷

লগতে পঢ়ক: Gambling Racket In Thailand : জুৱা খেলি থাইলেণ্ডত গ্ৰেপ্তাৰ ভাৰতীয় জুৱাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.