5 dumpers seized: ডিব্ৰুগড়ত 5 খন শিলভৰ্তি ডাম্পাৰ জব্দ - 5 dumpers seized in Dibrugarh

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 20, 2022, 10:07 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ডিব্ৰুগড়ৰ জকাইত দেওবাৰে ৫ খনকৈ শিলভৰ্তি ডাম্পাৰ জব্দ কৰা হয় (5 dumpers loaded with rocks seized) ৷ ডিব্ৰুগড় আঞ্চলিক বন বিষয়া আৰু খণ্ড বন বিষয়াৰ তৎপৰতাত AS06AC1495, AS06AC1475, AS07AC0181, AS06AC1445, AS06AC8771 নম্বৰৰ শিলভৰ্তি বাহনকেইখন জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে (5 dumpers seized in Dibrugarh)৷ অৰুণাচলৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা অৱস্থাত ডিব্ৰুগড়ৰ বন বিভাগে জব্দ কৰে বাহন কেইখন ৷ মন কৰিবলগীয়া যে এক দুষ্ট চক্ৰই অৰুণাচলৰ পৰা দীৰ্ঘদিন ধৰি অবৈধভাবে ডিব্ৰুগড়ৰ মাজেৰে শিল কঢ়িয়াই আহিছিল ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.