Bharat Jodo Yatra: ৰাজ্যত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ চতুৰ্থ দিন - 4th day of Bharat Jodo Yatra in Bongaigaon

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 9, 2022, 10:48 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ চতুৰ্থ দিন(4th day of Bharat Jodo Yatra in Bongaigaon) । চতুৰ্থ দিনা বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ ৰঙাপানীস্ত শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতা সত্ৰত আশীৰ্বাদ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই(Bharat Jodo Yatra of Congress) । ভূপেন বৰাক সংগ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে । সত্ৰত আৰ্শীবাদ লৈ ভাৰত জোড়ো যাত্ৰাৰ আৰম্ভ কৰে । মঙলবাৰে বৰপেটাৰ সাংসদ আব্দুল খালেকৰ জন্ম গাঁও বৰতাৰীৰ পৰা আৰম্ভ কৰি জনীয়া সমষ্টিৰ বামুনটাৰী বি এড কলেজত শেষ কৰে ভাৰত জোড়ো যাত্ৰা । ইফালে সত্ৰৰ পৰা আৰম্ভ কৰাৰ বাবে ৰাজনৈতিক মন্তব্য দিয়াৰ পৰা বিৰত থাকে সভাপতি গৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.