Moirabari road accident: মৈৰাবাৰী-দলৈগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা - Moirabari road accident

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 16, 2023, 7:34 PM IST

Updated : Jun 16, 2023, 7:44 PM IST

মৈৰাবাৰী,16 জুন: শুকুৰবাৰে মৈৰাবাৰী-দলৈগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ জানিব পৰা মতে এখন যাত্ৰীবাহী আলট্ৰা বাছ আৰু এখন মেজিকৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত মেজিক খনৰ ড্ৰাইভাৰ সহ তিনিজন লোক গুৰুতৰভাৱে আহত হয় । প্ৰত্যক্ষদৰ্শীৰ মতে মেজিক বাহনখনে ভুল দিশত গৈ আলট্ৰা বাছখনত খুন্দিয়াই ৷ দুৰ্ঘটনাত আহত তিনিজনৰ ভিতৰত এজন লেংৰিবৰী গাঁৱৰ আবুল হুছেইন বুলি জানিব পৰা গৈছে ৷ আহত সকলৰ ভিতৰত এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷ পুৱাৰ ভাগতে সংঘটিত হোৱা দুৰ্ঘটনাস্থলীত পৰৰ্বতী সময়ত উপস্থিত হয় আৰক্ষী প্ৰশাসন ৷

লগতে পঢ়ক:Congress Meeting With CPI (M): কংগ্ৰেছ নেতৃত্বত 12 টা বিৰোধী ৰাজনৈতিক দলৰ ব্যাপক কুচ-কাৱাজ

Last Updated : Jun 16, 2023, 7:44 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.