পশ্চিম মায়ঙত ১৪ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা - অৱসৰপ্ৰাপ্ত শিক্ষকসকলক সম্বৰ্ধনা
🎬 Watch Now: Feature Video

চন্দ্ৰপুৰৰ কমাৰপুৰস্থিত স্বৰ্ণ বিদ্যাপীঠ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে অৱসৰপ্ৰাপ্ত শিক্ষকসকলক সম্বৰ্ধনা জনোৱা হয় (14 retired teachers honored in West Mayang) ৷ পশ্চিম মায়ং পূব প্ৰান্তৰ নাগৰিক কমিটিৰ উদ্যোগত অনুষ্ঠিত এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটোৰ ১৪ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে মধ্য গুৱাহাটী আৰক্ষী জিলাৰ সহকাৰী আৰক্ষী আয়ুক্ত নিলোৎপল ডেকা, প্ৰাগজ্যোতিষপুৰ কেন্দ্ৰীয় নাগৰিক সমিতিৰ সভাপতি নৰেশ্বৰ বাসুমতাৰী, সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক টুটুমণি কলিতাকে ধৰি কেইবাগৰাকীও সন্মানীয় ব্যক্তি ৷
Last Updated : Feb 3, 2023, 8:28 PM IST