thumbnail

By

Published : Apr 4, 2022, 7:42 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

ETV Bharat / Videos

ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল নগা উগ্ৰপন্থী সংগঠনৰ কেডাৰ

বন বিষয়াক ধন দাবী কৰি সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত আটক হ'ল এজন NSCN (R)ৰ কেডাৰ (NSCN cadre arrested for demanding money from Forest Officer) । আটকাধীন কেডাৰজন নগালেণ্ডৰ মন জিলাৰ জুনুবস্তিৰ ওমফা ৱাংগেন (46) বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি বিগত মাৰ্চ মাহতে অৰুণাচল প্ৰদেশৰ কানুবাৰীস্থিত বন বিষয়াক দাবী কৰা ধন সংগ্ৰহ কৰিবলৈ আহিছিল এই NSCN (R)ৰ কেডাৰজন । এই সন্দৰ্ভত 12 নং আছাম ৰাইফলছে জানিব পাৰি নামতোলাৰ নাগালেণ্ড সীমান্তত কেডাৰজনক আটক কৰিবলৈ সক্ষম হয় (NSCN cadre arrested at Sonari) ।
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.