Assam Meghalaya Border: দুৰ্বৃত্তই উভালিলে সীমা নিৰ্ধাৰণৰ খুঁটা - অসম মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ মাজত চুক্তি
🎬 Watch Now: Feature Video

অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ কম্পাডলীত চাঞ্চল্য । অসম চৰকাৰৰ জৰীপ বিভাগৰ গাঁও নিৰ্ধাৰণৰ খুঁটা উভালি পেলালে দুৰ্বৃত্তই (Miscreants overthrown village border poles)। দুৰ্বৃত্তই উভালিলে দুটাকৈ জৰীপৰ খুঁটা । দেশৰ গৃহ মন্ত্ৰালয়ত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ মাজত সীমান্তক লৈ বুজাবুজিৰ চুক্তি(MOU between Assam Meghalaya CM)ৰ পিছতে সংঘটিত হ’ল এই ঘটনা । ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত অসম আৰু মেঘালয়ৰ আৰক্ষী । সীমান্তক লৈ উৎকন্ঠাৰ সময়ত এনে ঘটনাক লৈ সষ্টম হৈছে দুই ৰাজ্যৰ আৰক্ষী ৷
Last Updated : Feb 3, 2023, 8:21 PM IST