Municipal election 2022 : তিনিচুকীয়াৰ ভোটগ্ৰহণ কেন্দ্ৰত মন্ত্ৰী সঞ্জয় কিষান - ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14652264-397-14652264-1646555398602.jpg)
ৰাজ্যৰ ৮০ খন পৌৰসভাৰ ৯৭৭ টা ৱাৰ্ডত পুৱাৰে পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । প্ৰথমবাৰৰ বাবে এইবাৰ পৌৰসভা নিৰ্বাচনত (Assam municipal election 2022) ইভিএম ব্যৱহাৰ কৰা হৈছে । বাকী জিলাসমূহৰ দৰে তিনিচুকীয়া পৌৰসভাৰ ১৫ টা ৱাৰ্ডত পৌৰ নিৰ্বাচনক লৈ বিশেষ ব্যস্ততা দেখিবলৈ পোৱা গৈছে । পুৱা ৮ বজাৰ পৰাই ভোটকেন্দ্ৰত শাৰী পাতিছে ভোটাৰসকলে । ইয়াৰ মাজতে বিমলা প্ৰসাদ চলিহা প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত উপস্থিত ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষান (Minister Sanjay Kisan visits polling station in Tinsukia)।
Last Updated : Feb 3, 2023, 8:18 PM IST