thumbnail

By

Published : Mar 29, 2022, 12:04 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / Videos

আমগুৰিত OSL ৰ তৈল প্ৰতিষ্ঠানত ধৰ্মঘট

আমগুৰিৰ বৰাহীবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতি(KMSS Protest in Amguri) আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ প্ৰতিবাদ ৷ OSL নামৰ এটা ব্যক্তিগত খণ্ডৰ তৈল প্ৰতিষ্ঠানৰ বিৰুদ্ধে সংগঠন দুটাই মঙলবাৰে সাব্যস্ত কৰে প্ৰতিবাদ(KMSS Protest against OSL) ৷ এই অৱৰোধ কাৰ্যসূচী অনিৰ্দিষ্টকাললৈ চলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰীসকলে জৰাজীৰ্ণ পথ মেৰামতি কৰা, বিধ্বস্ত দলং নিৰ্মাণ কৰা, স্থানীয় গাঁৱৰ ৰাইজৰ সমস্যা সমাধান কৰা, OSL ত ১০০ শতাংশ থলুৱা নিযুক্তি প্ৰদান কৰাৰ দাবীত গ্ৰহণ কৰে এই অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে ৷ তদুপৰি প্ৰতিবাদকাৰীসকলে OSL গ' বেক, ১০০ শতাংশ থলুৱা নিযুক্তি দিব লাগিবই, পথ নিৰ্মাণ কৰিব নোৱাৰা OSL গ' বেক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.