কাৰ্বি আংলঙৰ ৰাইজ বিজেপিৰ লগত আছে : তুলিৰাম ৰংহাং

By

Published : Mar 27, 2022, 10:03 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail
‘‘ কাৰ্বি আংলঙৰ ৰাইজ বিজেপিৰ লগত আছে ’’ বুলি দেওবাৰে ডিফুত চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত মাইক্ৰ' ফাইনেঞ্চ ঋণ ৰেহাই চেক বিতৰণ (Micro finance incentive and relief scheme) অনুষ্ঠান উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ (Karbi Anglong Autonomous Council) চমুকৈ KAAC ৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সাংবাদিকৰ আগত মন্তব্য কৰে ৷ লগতে কংগ্ৰেছে টাউন কমিটি নিৰ্বাচনত প্ৰভাৱ পেলাব পৰা নাই ৷ সমবায় সমিতি সমূহতো এজনো সাধাৰণ সদস্যও নাই ৷ তেনেক্ষেত্ৰত পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা নাই বুলিও মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে (KAAC CEM Tuliram Ronghang criticizes Congress) ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.