ডনাল্ড ট্ৰাম্পক সমালোচনা জ' বিডেন আৰু কমলা হেৰিছৰ - হোৱাইট হাউচ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-8588442-thumbnail-3x2-kamla.jpg)
হোৱাইট হাউচৰ দৌৰত, জ' বিডেন আৰু কমলা হেৰিছে বৃহস্পতিবাৰে ডনাল্ড ট্ৰাম্পক সমালোচনা কৰি কয় যে, ট্ৰাম্পে নিজৰ নেতৃত্বৰ ভুলৰ কাৰণে কৰ‘ণা মহামাৰীৰ মাজতো উইকন্সীন ষ্টেটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷