thumbnail

By

Published : Jun 16, 2020, 10:54 AM IST

Updated : Jun 16, 2020, 11:41 AM IST

ETV Bharat / Videos

COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য

ইন্টাৰনেশ্যনেল ডেস্ক, 16 জুন : বিশ্বত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 8,113,679 গৰাকীলৈ বৃদ্ধি ৷ আনহাতে, মৃতকৰ সংখ্যা 439,085 গৰাকী ৷ বিশ্বৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত দেশ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ আমেৰিকাত আক্ৰান্তৰ সংখ্যা 2,182,950 গৰাকী ৷ বিশ্বৰ সৰ্বাধিক আক্ৰান্তৰ তালিকাত চতুৰ্থ স্থানত আছে ভাৰতবৰ্ষ ৷ ভাৰতত আক্ৰান্তৰ সংখ্যা 343,091 গৰাকীলৈ বৃদ্ধি ৷ ৰাজ্যসমূহ ভিতৰত সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত ৷ মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা 1,10,744 গৰাকী ৷ আনহাতে, অসমত আক্ৰান্তৰ সংখ্যা 4,309 গৰাকী আৰু মৃতকৰ সংখ্যা 8 গৰাকী ৷
Last Updated : Jun 16, 2020, 11:41 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.