COVID-19:বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া খবৰ - কৰ'ণা ভাইৰাছ সংক্ৰমণৰ শেহতীয়া পৰিসংখ্যা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-8098692-thumbnail-3x2-kk.jpg)
বিশ্বজুৰি 1,46,33,037 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ 20 জুলাইৰ দিনটোত সমগ্ৰ বিশ্বতে 2,18,800 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰ সমান্তৰালকৈ সোমবাৰৰ দিনটোত সমগ্ৰ বিশ্বতে 4,388 গৰাকী লোকে সাৱটি লৈছে মৃত্যুক ৷ যাৰ ফলত মৃত্যুৰ সংখ্যাও বৃদ্ধি পায় 6,08,539 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ বিশ্বৰ ভিন্ন প্ৰান্তত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ শেহতীয়া পৰিসংখ্যা জানিবলৈ চাওক এই প্ৰতিবেদন...