COVID-19: বিশ্বৰ ভিন্ন দেশৰ সাম্প্ৰতিক তথ্য

By

Published : Jul 18, 2020, 6:45 AM IST

thumbnail
বিশ্বত কৰ'ণা সংক্ৰমণে 17 জুলাইৰ দিনটোত অতিক্ৰম কৰিলে 1,39,30,157 গৰাকী লোকলৈ ৷ বৰ্তমানলৈ সমগ্ৰ বিশ্বতে এই মহামাৰীক আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে 5,91,865 গৰাকীতকৈয়ো অধিক লোকে ৷ শুকুৰবাৰৰ দিনটোতে বিশ্বজুৰি এই মহামাৰীত আক্ৰান্ত 5,737 গৰাকী লোকে সাৱটি লৈছে মৃত্যুক ৷ বিশ্বৰ ভিতৰতে এই মহামাৰীত আটাইতকৈ অধিক আক্ৰান্তৰ সংখ্যা পোৱা গৈছে ক্ৰমে আমেৰিকা, ব্ৰাজিল আৰু ভাৰতত ৷ বিশ্বৰ ভিন্ন দেশত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ শেহতীয়া স্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.