thumbnail

By

Published : Jul 15, 2020, 12:06 PM IST

ETV Bharat / Videos

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া খবৰ

কালৰূপ ধাৰণ কৰা COVID-19ৰ সংক্ৰমণে 15 জুলাইৰ দিনটোত সমগ্ৰ বিশ্বতে অতিক্ৰম কৰিলে 1,34,47,354 গৰাকী লোকলৈ । বুধবাৰৰ দিনটোত সমগ্ৰ বিশ্বতে 2,18,054 গৰাকী লোকৰ দেহত নতুনকৈ ধৰা পৰিছে COVID-19ৰ অৱস্থিতি । ইয়াৰ সমান্তৰালকৈ বিশ্বত এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে মুঠ 5,80,276 গৰাকী লোকে । এই মহামাৰীৰ ফলত আটাইতকৈ বেছি আক্ৰান্ত হৈছে ক্ৰমে আমেৰিকা, ব্ৰাজিল আৰু ভাৰত । আমেৰিকাত বুধবাৰৰ দিনটোলৈ এই মহামাৰীত মুঠ 35,45,042 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ব্ৰাজিলত 19,31,204 গৰাকী আৰু ভাৰতত 9,37,487 গৰাকী লোক আক্ৰান্ত হৈছে । বিশ্বৰ দেশৰ COVID-19ৰ শেহতীয়া তথ্য জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.