কানাডাৰ নায়েগ্ৰা জলপ্ৰপাতত উজলিল ভাৰতৰ ত্ৰিৰংগা - নায়েগ্ৰা জলপ্ৰপাতত জাতীয় পতাকা উত্তোলন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-8437169-914-8437169-1597555201451.jpg)
ক’ভিড-19 মহামাৰীৰ সংক্ৰমণৰ মাজতে ইন্দো-কানাডিয়ান সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে 74 সংখ্যক স্বাধীনতা দিৱস ৷ তেওঁলোকে নায়েগ্ৰা জলপ্ৰপাতত জাতীয় পতাকা উত্তোলন কৰাৰ লগতে কাৰ-ৰেলী কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ ইন্দো-কানাডিয়ান আৰ্টছ কাউন্সিলৰ দ্বাৰা আয়োজিত এক সমাৰোহত নায়েগ্ৰা জলপ্ৰপাতত কৰা পতাকা উত্তোলনত টৰন্ত'ৰ ভাৰতীয় দূত অপূৰ্ব শ্ৰীবাস্তৱে অংশগ্ৰহণ কৰে ৷
Last Updated : Aug 16, 2020, 6:19 PM IST