লণ্ডনত 20 মিটাৰ দীঘল ক্ৰেন খহি এগৰাকী মহিলাৰ মৃত্যু - লণ্ডন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7951012-816-7951012-1594261173615.jpg)
পূব লণ্ডনৰ বৌ অঞ্চলৰ এটা ফ্লেটত বুধবাৰে 20 মিটাৰ দীঘল এডাল ক্ৰেন খহি পৰি এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন চাৰিজন লোকৰ ৷ ফ্লেটৰ ভিতৰত আৱদ্ধ লোকক মুকলিৰ বাবে উদ্ধাৰকাৰী দলে অব্য়াহত ৰাখিছে অভিযান ৷ আহত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ ইয়াৰে দুজনৰ অৱস্থাত সংকটজনক ৷ চাওক এই ভিডিঅ'...