Ganja seized: গাঞ্জা, নগদ ধনসহ তিতাবৰত আটক এজন - তিতাবৰ আৰক্ষীৰ আন এক সফলতা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 16, 2022, 10:44 PM IST

Updated : Feb 3, 2023, 8:16 PM IST

তিতাবৰ আৰক্ষীৰ আন এক সফলতা ৷ তিতাবৰ মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মাৰ নেতৃত্বত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জাসহ টকা । গোপন সূত্ৰৰ পমখেদি তিতাবৰ মহকুমা আৰক্ষীয়ে গাঞ্জা বিক্ৰী কৰি থকাৰ সময়তে দাদুল ৰহমান নামৰ ব্যক্তি জনক হাতে-লুটে কৰায়ত্ব কৰে (Huge quantity of ganja seized in Titabor, one arrested)। বিগত বহু দিনৰ পৰা তিতাবৰ মেলামাটি অঞ্চলৰ দাদুল ৰহমান নামৰ লোকজনে এখন পান দোকানত গাঞ্জা, সুৰাৰ লগতে নিচা জাতীয় সামগ্ৰীৰ এক ৰমৰমীয়া বেহা চলাই আহিছিল বুলি জানিব পৰা গৈছে । ইতিমধ্যে তিতাবৰ আৰক্ষীয়ে দাদুল ৰহমান নামৰ ব্যক্তি জনক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷
Last Updated : Feb 3, 2023, 8:16 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.