thumbnail

HSLC Examination 2022 : আৰম্ভ হ’ল শেষৰটো হাইস্কুল শিক্ষান্ত পৰীক্ষা

By

Published : Mar 15, 2022, 9:27 AM IST

Updated : Feb 3, 2023, 8:19 PM IST

আজি অৰ্থাৎ মঙলবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হৈছে (HSLC Examination 2022) । পুৱা ৯ বজাৰ লগে লগে আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা (hslc examination-2022 begins from today) ৷ ৰাজ্যৰ প্ৰায় ৪,৪২,০০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে টীয়ক হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰতো পুৱাৰে পৰা শিক্ষাৰ্থী তথা অভিভাৱকৰ ভিৰ পৰিলক্ষিত হৈছে । ইপিনে নতুন শিক্ষানীতিৰ বাবে হয়তো এইটোৱে শেষ হাইস্কুল শিক্ষান্ত পৰীক্ষা হ'ব বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে ৷
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.