Holi Celebration: হোজাইত উলহ মালহৰে ফাকুৱা উদযাপন - হোজাইত উলহ মালহৰে ফাকুৱা উদযাপন
🎬 Watch Now: Feature Video
সমগ্ৰ ৰাজ্যতে উলহ মালহৰে উদযাপন কৰা হৈছে আবিৰৰ উৎসৱ ফাকুৱা (Holi Celebration in Assam) ৷ সামন্তৰালভাৱে হোজাই জিলাৰ লংকা সাৰ্বজনীন নামঘৰৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা (Holi celebration in Hojai) ৷ শুকুৰবাৰে আৰম্ভ হোৱা এই ফাকুৱা উৎসৱত নাম কীৰ্তন কৰি গোঁসাইৰ মূৰত ফাকু দিয়া হয় । আজি 2য় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত লংকা সাৰ্বজনীন নামঘৰৰ ভকত বৈষ্ণৱ সকল একলগ হৈ নাম প্ৰসংগ পৰিবেশন কৰাৰ লগতে সকলোৰে মংগল কামনাৰে লংকা চহৰ পৰিভ্ৰমণ কৰে।
Last Updated : Feb 3, 2023, 8:20 PM IST