thumbnail

By

Published : Mar 19, 2022, 6:12 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / Videos

দৌল উৎসৱত অংশ লৈ জৰ্জিয়াৰ ৰাষ্ট্ৰদূতে ক’লে, ''কলিয়া বাবা কি জয়''

বৰপেটা সত্ৰৰ দৌল উৎসৱৰ সুৱেৰীত জৰ্জিয়াৰ ৰাষ্ট্ৰদূত (Georgia Ambassador visits Barpeta Satra on the ocasion of holi) ৷ সত্ৰ নগৰীৰ যুৱক-যুৱতীসকলৰ লগত হোলীৰ আনন্দত (Holi celebrations at Barpeta Satra) অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰদূত গৰাকীয়ে শিকিলে অসমীয়া ৷ এই অনুষ্ঠানত ভাগ লৈ ভাল লগাৰ কথা অসমীয়াতে উল্লেখ কৰি, যুৱক-যুৱতী সকলৰ অনুৰোধত কলীয়াবাবাৰ জয়ধ্বনিও দিলে ৰাষ্ট্ৰদূত গৰাকীয়ে ৷ স্বাভাৱিকতেই এই দৃশ্যই আপ্লুত কৰিলে উপস্থিত সকলোকে ৷
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.