Women missing at Kaki: কাকীত তিনি সন্তানসহ ১৩ দিনেই সন্ধানহীন মহিলা - women missing at hojai
🎬 Watch Now: Feature Video

হোজাই জিলাৰ কাকীত তিনি সন্তানসহ নিৰুদ্দেশ হৈছে এগৰাকী মহিলা (Women missing at Hojai) । জানিব পৰা মতে, কাকী টঙীয়াৰ চমৰ আলী নামৰ লোকজনৰ পত্নী পাৰবিন বেগম যোৱা ২০ অক্টোবৰত তিনি সন্তানসহ মৰিগাঁৱৰ পিতৃ গৃহলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে (Women missing in Kaki) । কোহিমাত কৰ্মৰত স্বামীয়ে এই বিষয়ে জানিব পাৰি ঘৰলৈ আহি বিচাৰ-খোচাৰ কৰিছে যদিও কোনো সম্ভেদ নাপাই কাকী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।
Last Updated : Feb 3, 2023, 8:31 PM IST