Veer Bal Diwas 2022: হোজাইত বীৰ বাল দিৱস উদযাপন - Guru Gobind Singh

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 26, 2022, 10:07 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

হোজাইত শিখ ধৰ্মাৱলম্বী লোকসকলে সোমবাৰে বীৰ বাল দিৱস উদযাপন কৰে (Veer Bal Diwas Celebrated at Hojai)। শিখ সম্পদায়ৰ গুৰু গোবিন্দ সিঙৰ পুত্ৰ জোৰাবৰ সিং আৰু ফাতেহ সিং ২৬ ডিচেম্বৰত শ্বহীদ হৈছিল (Guru Gobind Singh)। এই দুইগৰাকী শ্বহীদৰ স্মৃতিত শিখসকলে দেশজুৰি আজিৰ দিনটোত প্ৰতিবছৰে পালন কৰি আহিছে বীৰ বাল দিৱস । লংকা শাখাৰ All Assam Sikh Youth Association Khalsa Sewa Sanghaৰ ব্যৱস্থাপনাত লংকা গুৰুদ্বাৰৰ সন্মুখত বীৰ বাল দিৱস উপলক্ষে ৰাইজৰ মাজত বিতৰণ কৰে গাখীৰ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.