National Karate Competition: সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদকেৰে উজলিল নাজিৰাৰ অভিজ্ঞান - Sports Karate Federation of India
🎬 Watch Now: Feature Video
শিৱসাগৰ জিলাৰ নাজিৰা শেনআলিৰ অভিজ্ঞান সন্দিকৈ নামৰ দ্বিতীয় শ্ৰেণীৰ এজন ছাত্ৰই নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে (Student of Nazira wins Gold Medal at Delhi)। যোৱা ১৮ ডিচেম্বৰত নতুন দিল্লীত অনুস্থিত চতুৰ্থ ৰাষ্ট্ৰীয় SKFI কাৰাটে প্ৰতিযোগিতাত "কাটা" আৰু ''কুমিটে" ছাব জুনিয়ৰ শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় (Sports Karate Federation of India)। নাজিৰা শংকৰদেৱ বিদ্যা নিকেতনত অধ্যয়নৰত অভিজ্ঞানে আগন্তুক মে'ত নেপালত অনুষ্ঠিত হ'বলগীয়া আন্তৰ্জাতিক প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে (Student of Nazira win Gold Medal in National Karate Competition)।
Last Updated : Feb 3, 2023, 8:37 PM IST