কমলা আৰু নেমুৰে জুতি লওক একাপ চাহৰ - ETV Bharat Priya
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10028587-thumbnail-3x2-kk.jpg)
চাহ কেৱল এবিধ পনীয়ই নহয় ৷ দশকৰ পাচক দশকজুৰি ই বহুতৰ বাবে এক প্ৰকাৰ অমৃতৰ দৰে পৰিগণিত হৈ আহিছে ৷ সময় সলনিৰ লগে লগে চাহৰ প্ৰস্তুত প্ৰণালীতো আহিছে বহু পৰিৱৰ্তন ৷ আমিও আপোনালোকৰ বাবে লৈ আনিছো এক সুকীয়া চাহ প্ৰস্তুতৰ প্ৰণালী ৷ কমলা আৰু নেমুৰ দৰে উপাদান ব্যৱহাৰ কৰিও আপুনি আপোনাৰ প্ৰিয় চাহকাপ তৈয়াৰ কৰিব পাৰে ৷ যি চাহ ভিটামিন C ৰে সমৃদ্ধ হৈ থকাৰ লগতে আপোনাৰ শৰীৰক প্ৰদান কৰিব ৰোগ প্ৰতিৰোধ ক্ষমতা ৷ আমাৰ ভিডিঅ'যোগে চাওক চাহৰ এক অনন্য ৰেচিপি ৷