Labour Welfare Day 2022: ধেমাজিত শ্ৰমিক কল্যাণ দিৱস উদযাপন - Dhemaji District Labour Officer
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17015572-347-17015572-1669260868548.jpg)
ধেমাজি জিলা শ্ৰম বিভাগৰ উদ্যোগত ৰাজহুৱা প্ৰেক্ষাগৃহত বুধবাৰে বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰমিক কল্যাণ দিৱস (Labour Welfare Day observed at Dhemajui) ৷ এই দিৱসত শ্বহীদ তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছতেই মুকলি সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ধেমাজি জিলা উন্নয়ন আয়ুক্ত অৰূপ কুমাৰ পাঠকে শ্ৰমিকৰ কল্যাণ সম্পৰ্কে বক্তব্য আগবঢ়ায় (Discussion on welfare of workers at Dhemaji) ৷ সেইদৰে শ্ৰমিকৰ বিভিন্ন কল্যাণমূলক আচঁনিৰ বিষয়ে বক্তব্য আগবঢ়াই জিলা শ্ৰম বিষয়া ড° ভৱজিৎ দলেই (Dhemaji District Labour Officer) ৷ এই সভাতে ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত , ধেমাজি পৌৰ সভাৰ পৌৰপতি দীপৰেখা দাস বাঘ্ৰী আদি উপস্থিত থাকে (Dhemaji District Labour Department) ৷ সভাত বহুকেইগৰাকী শ্ৰমিকে অভাৱ -অভিযোগ সম্পৰ্কে ব্য়াখ্য়া কৰে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST