Flood at Kampur: কামপুৰত কাতি মহীয়া বানৰ তাণ্ডৱ - কামপুৰত কাতি মহীয়া বানৰ তাণ্ডৱ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16741060-thumbnail-3x2-diwali.jpg)
কাতি মহীয়া বানৰ তাণ্ডৱে জলাকলা খুৱাইছে কামপুৰবাসীক (Flood at Kampur)৷ বিগত দিনকেইটাত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপিৰ ৪ খনকৈ গেট খুলি দিয়াত বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ প্ৰায় ১৫খনকৈ গাঁও বানৰ কবলত বুৰ যায় ৷ এতিয়া কামপুৰৰ লংজাপ জাৰণি, কলনী, জুৰিপাৰ আদিকে ধৰি প্ৰায় ১৫ খন গাঁও পানীৰ তলত ৷ এই ভয়ংকৰ বানত প্ৰায় ৫০০ বিঘা কৃষিভূমিৰ লগতে আৱাসস্থলী বানৰ কবলত বুৰ গৈছে ৷
Last Updated : Feb 3, 2023, 8:30 PM IST