Environment awareness at Jonai: পবা সংৰক্ষিত বনাঞ্চলত চাফাই অভিযান - Pobar Reserve Forest
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17192582-1108-17192582-1670921542065.jpg)
ধোমাজি জিলাৰ জোনাই মহকুমাৰ একমাত্ৰ পৰ্যটনস্থলীৰ লগতে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে চহকী ঠাই হিচাপে পৰিচিত পবা সংৰক্ষিত বনাঞ্চলৰ (Pobar Reserve Forest) তিনিমাইল খণ্ডত টীম জোনাই নামৰ এটি স্বেচ্ছাসেৱী সংস্থাই এক চাফাই অভিযান চলায় (Cleanliness mission at Jonai) ৷ বনভোজৰ দল তথা পৰ্যটকৰ দলে উক্ত তিনিমাইল খণ্ডত ব্যাপক ৰূপত প্লাষ্টিক আৰু আন আন সামগ্ৰী পেলাই থৈ যোৱাত পবাৰ সৌন্দৰ্য আৰু জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ ইয়াৰ প্ৰতি লক্ষ্য় ৰাখি টীম জোনাইৰ সদস্য সকলে পবাৰ তিনিমাইল খণ্ডত এই চাফাই অভিযান চলায় ৷ এই দলটোৱে পৰ্যটনৰ আৰ্কষণৰ বাবে গছ সমূহৰ সৌন্দৰ্যবৰ্ধণৰ কাৰ্যসূচী হাতত লোৱা বুলি কয় ।
Last Updated : Feb 3, 2023, 8:35 PM IST