মুগৰ মোদক: এক সুস্বাদু আৰু স্বাস্থ্যকৰ ৰেচিপি - ETV Bharat Food and Recipe
🎬 Watch Now: Feature Video

মুগৰ দাইলেৰে তৈয়াৰী মোদক স্বাস্থ্যকৰ হোৱাৰ লগতে সুস্বাদু ৷ গুৰ আৰু নাৰিকলেৰে তৈয়াৰী এই মোদকৰ সোৱাদ আৰু গোন্ধ অপ্ৰতিৰোধ্য ৷ এই ভিজিঅ'যোগে আপুনিও শিকক সুস্বাদু তথা স্বাস্থ্যকৰ মোদক তৈয়াৰ কৰিবলৈ ৷ আপুনি নিজৰ মতেও এই মোদকত সন্নিবিষ্ট কৰিব পাৰে বিবিধ উপকৰণ ৷